Showing posts with label Renatusnova price. Show all posts
Showing posts with label Renatusnova price. Show all posts

Sunday, December 22, 2019

renatusnova Assamese


RenatusNOVA

এই ব্যস্ত পৃথিৱীত আমি প্রত্যেকেই কর্ম কৰি আছাে উপার্জন বৃদ্ধিৰ বাবে – জীৱনটো উপভােগ
কৰিবলৈ। কিন্তু মাত্র কিছু সংখ্যক মানুহে তেওঁলােকৰ জীৱন উপভােগ কৰিব পাৰিছে কাৰণ তেওঁলােক সবল
আৰু স্বাস্থ্যৱান। বাকী অন্যান্য প্রায়ভাগ লােকেই আজীৱন কর্মব্যস্ত থাকি বিভিন্ন ৰােগত ভূগি চিকিৎসাৰ কাৰণে।
হাবাথুৰি খাব লগা হৈছে। আজিকালি প্রায়ে আমি দেখি আহিছাে যে অতি কমবয়সৰ পৰাই ভুগিবলগা হৈছে।
বিভিন্ন গুৰুতৰ ৰােগ যেনে - কেশ্চাৰ, ডায়েবেটি, হার্ট সমস্যা, কিডনি সমস্যা, গাঁঠিৰ বিষ ইত্যাদি আৰু
বহুতাে। এতিয়া প্রশ্ন হৈছে কেনেকৈ এইবােৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি?
      অফুৰন্ত কর্মশক্তি, উন্নত মানসিক একাগ্রতা, আকর্ষণীয় সু-স্বাস্থ্য আৰু নিৰােগী হৈ থকাৰ বাবে
এক চমৎকাৰ অনুভূতি - এইটোৱেই হ'ল ৰেনাটাচ্ নােভাৰ মূল মন্ত্র তথা মহৎ উদ্দেশ্য। নােটাচ্ নােভা।
এক পুষ্টিকৰ আহাৰ আৰু একমাত্র মাল্টি-ভিটামিনেই নহয়, এই বিশাল পুষ্টিকৰ পৰিপূৰক খাদ্যৰ জগতত
ৰেনােটাচ্ নােভা RENATUSNOVA হৈছে একমাত্র উত্তৰ য'ত এটি বটলতে আছে সম্পূর্ণ স্বাস্থ্য সম্বন্ধীয় সমস্যা সমাধানৰ
লগতে শক্তি যােগান ধৰা, ওজন নিয়ন্ত্রণ কৰা আৰু প্ৰতিৰােধ ব্যৱস্থাৰ কাৰ্যকাৰিতা বৃদ্ধি কৰা ইত্যাদি।
ম্যাঙ্গোষ্টিন, মাকাৰুট, চাইবেৰিয়ান জিনচেং, এল্ডাৰবেৰী, ৰাস্পবেৰী, ব্ল্যাক কুৰান্ট, চ’ৰ চেৰী,
জ্ঞানােডার্মা লুইচিডায়াম আৰু ছিগৰু - এই নবিধ অসাধাৰণ উপাদান আৰু সূত্ৰৰ দ্বাৰা ৰেনাটাচ্ নােভা
তৈয়াৰ কৰা হৈছে যি বাস্তৱিকতে এই বিশাল পােষ্টিক জগতত এক অনবদ্য সৃষ্টি। শাৰীৰিক, মানসিকভাৱে
উজ্জীৱিত অতুলনীয় সু-স্বাস্থ্য পাবলৈ ৰেনাটাচ্ নােভাই হৈছে এক সহজ উত্তৰ।

| এল্ডাৰবেৰীয়ে শৰীৰৰ ৰােগ প্ৰতিৰােধ ক্ষমতাকে উদ্দীপিত কৰে, লগতে।কেৰ্চাৰ আৰু এই ৰােগীৰ চিকিৎসাতাে ব্যৱহাৰ কৰিব পাৰি। গৱেষণামতে,
এল্ডাৰবেৰীত সন্নিবিষ্ট অ্যানথােচায়ানিনয়ে শৰীৰৰ দ্রুত ৰােগ প্ৰতিৰােধ ক্ষমতা গঢ়িতােলে আৰু অ্যান্টি-অক্সিডেন্ট মাত্রা নিশ্চিতভাৱে ভিটামিন ই আৰু ভিটামিন - চি
তকৈ অনেক বেছি।

ৰাস্পবেৰীত থকা শক্তিশালী অ্যান্টি-অক্সিডেন্ট ভিটামিন -চি, কুয়াৰচেটিন আৰু
গ্যালিক এচিড - য়ে কেনচাৰ, হৃদৰােগ, সংবহন তন্ত্ৰৰ ৰােগ আৰু বার্ধক্যজনিত ৰােগৰ পৰা ৰক্ষা কৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-ই, ওমেগা- 3 ফ্যাটি এচিড আৰু চান প্রটেকচন ফেক্টোৰ 24-25 আছে। ৰাস্পবেৰী বীজৰ নিসৃত তেল বর্তমান কচমেটিক উদ্যোগত ব্যৱহাৰ কৰা হয়।
ব্ল্যাক কুৰান্ট ফলটি বিভিন্ন ৰােগৰ বাবে অতি উপকাৰী, যেনে- আলজাইমাৰ প্ৰতিৰোধ কৰা, আর্থাইটিচ, গ্রন্থিবাত, লিভাৰৰ সমস্যা, মেনােপজ, মাহেকীয়াৰ সময়ত
হােৱা বিষ উপশম কৰা আৰু ডায়েৰীয়াৰ পৰা মুক্তি দিয়ে।।

ম্যাঙ্গোষ্টিনত দেখা গৈছে যে অইন ফলৰ তুলনাত ম্যাঙ্গোষ্টিনে 20-30 গুণ অধিক ফ্রি-ৰেডিকেল (মুক্ত-মূলক) নিক্ৰিয় কৰিব পাৰে। ম্যাঙ্গোষ্টিত ভিটামিন - চি যথেষ্ট পােরা
যায়। প্রতি 100 গ্ৰামত নিত্য প্রয়ােজনীয় (আৰ.ডি.এ.) 12 শতাংশলৈকে ভিটামিন - চি পােৱা যায়। ভিটামিন - চি হৈছে এটি শক্তিশালী দ্ৰৱণীয় বিজাৰক ম্যাঙ্গোষ্টিনে প্ৰতিৰােধ ক্ষমতা শক্তিশালী কৰে, গাঁঠি আৰু মজ্জা
(কার্টিলেজ) উপযুক্ত কৰি ৰাখে, শ্বাসতন্ত্ৰৰ অৱস্থাৰ উন্নতি ঘটায় আৰু এটি
সুস্থ সবল নিৰােগী স্বাস্থ্য আমি ধৰি ৰাখিব পাৰোঁ। ইয়াত ‘জ্যানথােন’ নামৰ
এবিধ অসাধাৰণ শক্তিশালী অ্যান্টি-অক্সিডেন্ট (বিজাৰক) পােৱা যায়।।
‘জ্যানথােনত থকা ফাইট’ নিউট্রিয়েন্টে শৰীৰৰ বিভিন্ন ৰােগৰ কাৰণে কাম কৰে
(বিষ উপশম কৰা, এলাজি, সংক্রামক ৰােগ, চর্মৰােগ, শাৰিৰীক ক্লান্তি, হৃদৰােগ ইত্যাদি)
আৰু মাৰাত্মক কেশ্চাৰৰ কোষ সমূহ ধ্বংস কৰিব পাৰে।

চৰ চেৰীত থকা এন্থ'চায়নিনৰ পৰিমাণ অইন ফলৰ তুলনাত অধিক বেছি যাৰ
বাবে জ্বলন - পােৰণ, গাঁঠিৰ বিষত আৰাম দিয়াৰ লগতে হার্ট-এটেক, স্ট্রোক, টাইপ-2
ডায়েবেটিচ ইত্যাদি বেমাৰৰ পৰা ৰক্ষা কৰে।

জ্ঞানােডামা লুইচিডয়াম মাছৰুমটি খুবেই শক্তিশালী অ্যান্টি অক্সিডেন্ট
(বিজাৰক) যিয়ে আমাৰ শৰীৰটোক ফ্রি-ৰেডিকেল প্ৰভাৱিত ক্ষতিকাৰক সূৰ্য্যৰ ৰশ্মি,
ৰাসায়নিক পদার্থ আৰু প্ৰদূষণৰ কু-প্রভাৱৰ পৰা ৰক্ষা কৰে। জ্ঞানােডার্মা সেইসকল লােকৰ
বাবে খুবেই উপকাৰী যাৰহাপানী ৰােগ আছে আৰু শ্বাস প্রশ্বাস কষ্টত ভুগিছে।

মাকা ৰুট প্রাচীন কালৰ পৰাই যৌনশক্তিবর্ধক খাদ্য হিচাপে ব্যৱহাৰ হৈ
আহিছে। ই শৰীৰৰ কাৰ্য্যক্ষমতা আৰু শক্তি বঢ়ায়। মাকা ৰুট পাউদাৰ অতি
পুষ্টিকাৰক খাদ্য যত বিভিন্ন ধৰণৰ ভিটামিন আৰু মিনাৰেল প্ৰচুৰ পৰিমাণে পােৱা
যায়।

চাইবেৰিয়ান জিনচেং এলেউথেৰােচাইড নামৰ প্ৰচুৰ গ্লাই
কোচাইড জাতীয় উপাদানেৰে তৈয়াৰী হয় চাইবেৰিয়ান জিনচেং।
জার্মান গৱেষণা মতে শৰীৰৰ বিভিন্ন ভাইৰেল সংক্রমণ ৰােগৰ বিৰুদ্ধে গঢ়ি উঠা
ৰােগ প্ৰতিৰােধ ক্ষমতা জিংচেঙে সঠিকভাৱে কাৰ্যকৰী কৰে।

ছিগৰুৰ ইতিহাস 4000 বছৰ পুৰণি, প্রাচীন সভ্যতাই ইয়াৰ ব্যৱহাৰ কৰিছিল এনিমিয়া, গাঁঠিৰ বিষ,
কৌষ্ঠকাঠিন্য ঔত্যাদি ৰােগৰ চিকিৎসাৰ বাবে। ছি সম্বন্ধে আচৰিত কথাটো হ'ল এই যে ই
প্ৰচুৰ পুষ্টিকাৰক আৰু ঔষধীয় গুণেৰে ভৰপুৰ। ইয়াৰ অ্যান্টি-অক্সিডেন্ট (বিজাৰক)
ক্ষমতাৰ বাবে ইবহুত প্রভাৱশালী। ইয়াৰ উপৰিও ছিৱে দৃষ্টিশক্তি, হজমশক্তি বৃদ্ধি, শ্বাস-
প্রশ্বাস জনিত সমস্যা আৰু টক্সিন আঁতৰ কৰাত সহায় কৰে।

অৰ্ডাৰ নং -9085739443

Renatus Wellness business plan

Renatusn Nova Business plan



 RENATUS WELLNESS PRIVATE LIMITED

India Corporate Office : Hyderabad

Registered Office : Bangalore

USA Office : Renatus Wellness LLC

Minnesota, Bloomington

.................................................................

India : MCA registered : 3rd July, 2018

web: www.renatuswellness.net

.................................................................


Product : Renatus Nova

MRP : 1549/- (120 Capsules)

DP : 1080/-

Profit : 469/-

CC - 16 cc per bottle

(CC = Commercial Currency)

1 CC = 60/-

So, One bottle BV (16X60) = 960/-

.................................................................

* Joining in DP Price, Min. Joining Package 2160/-

(with 2 bottle) & Max. Joining Package 41000/-(with 40 bottle)

* Monthly Repurchase = No Compulsory

* Weekly Business Closing = Thursday

* Weekly Payout = Tuesday

* Binary highest % = 16%

* Generation % = 10%

* Simple Rank Qualification

: * Power BV (CC) will remain carry forward.

Contact No. : 7002126506/9085739443

........................................................................
Renatusnova business plan
























































Contact-7002126506/9085739443
Link:https://youtu.be/pgvUhns8DGA